কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় স্থানান্তৰ…

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় স্থানান্তৰ…
  • স্থানান্তৰ কৰা হৈছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়।
  • হেঙেৰাবাৰীলৈ স্থানান্তৰ উপায়ুক্তৰ কাৰ্যালয়।
  • ইতিমধ্যে কাৰ্যালয়টোৰ কেইবাটাও শাখা স্থানান্তৰ কৰা হৈছে হেঙেৰাবাৰীলৈ।
  • হেঙেৰাবাৰী খাদী হাটত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ নতুন কাৰ্যালয়।
  • এতিয়ালৈকে স্থানান্তৰ কৰা শাখাসমূহৰ ভিতৰত আছে DEVELOPMENT শাখা, RTI শাখা।
  • ইয়াৰ উপৰিও আছে BAKIJAI শাখা, DISTRICT SAINIK WELFARE BOARD।
  • LAND REFORMS শাখা, ITDP শাখা, CENSUS শাখা, NRC শাখা, NAZARAT শাখাও স্থানান্তৰিত কৰা হৈছে।
  • কামৰূপ মহানগৰ জিলাৰ নতুন উপায়ুক্তৰ কাৰ্যালয় স্থাপন কৰা হ'ব ৰূপ নগৰত।
  • সেয়ে হেঙেৰাবাৰীলৈ অস্থায়ী ভাৱে স্থানান্তৰ কৰা হৈছে এই কাৰ্যালয়।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in