অসম মুখ্য-পৃষ্ঠা চাইল্ড লাইনৰ অভিযান; উদ্ধাৰ দুই শিশু চাইল্ড লাইনৰ অভিযান; উদ্ধাৰ দুই শিশু asomiyapratidin 17 Mar 2022 10:21 IST Follow UsNew Updateডুমডুমাত আৰক্ষী আৰু চাইল্ড লাইনৰ অভিযান।এখন হোটেলৰ পৰা উদ্ধাৰ দুটি শিশু শ্রমিক।তিনিচুকীয়াৰ বহু হোটেলত নিয়োজিত হৈ আছে বহু শিশু শ্রমিক।শিশু দুটিক পিছত তিনিচুকীয়াৰ শিশু সুৰক্ষা কেন্দ্রত চমজাই দিয়া হয়। আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক