Published on:
Updated on:
- তিনিচুকীয়াৰ পেঙেৰীত মঙলবাৰে নিশা সেনাৰ গুলীচালনা।
- জিলাখনৰ চিকাৰজানৰ প্ৰদীপ খাটোৱালৰ ঘৰলৈ ধাৰাসাৰ গুলীচালনাস কৰে সেনাই।
- আলফা(স্বাঃ)ৰ তিনিজনীয়া এটা দলৰ সন্ধানত সেনা-আৰক্ষীয়ে মঙলবাৰে নিশা চলাইছিল অভিযান।
- চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাইছিল সেনাই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in