তিনিচুকীয়াত সেনা, আৰক্ষীৰে আলফাৰ সংঘৰ্ষ হোৱা ঘৰৰ গৰাকী বাবা চাংমাইৰ পৰিয়ালে লৈছে আৰক্ষীৰ আশ্ৰয়…

তিনিচুকীয়াত সেনা, আৰক্ষীৰে আলফাৰ সংঘৰ্ষ হোৱা ঘৰৰ গৰাকী বাবা চাংমাইৰ পৰিয়ালে  লৈছে আৰক্ষীৰ আশ্ৰয়…
  • বাবা চাংমাইৰ পৰিয়ালে গ্ৰহণ কৰিছে আৰক্ষীৰ আশ্ৰয়।
  • হঠাৎ তিনিচুকীয়া আৰক্ষীৰ আশ্রয় লৈছে বাবা চাংমাইৰ পৰিয়ালে।
  • ১ জুলাইত বাবা চাংমাইৰ ঘৰত আৰক্ষী, সেনাৰে আলফা সদস্যৰ হৈছিল সংঘৰ্ষ।
  • কাকপথাৰৰ দ পথাৰৰ বাসগৃহত সংঘটিত হৈছিল এই ঘটনা।
  • মঙলবাৰে নিশাৰ পৰা আৰক্ষীৰ আশ্রয় লৈছে পৰিয়ালটোৱে।
  • সেই সংঘৰ্ষত নিহত হৈছিল এজন আলফা সদস্য।
  • নিহত আলফা সদস্যজন আছিল জ্ঞান অসম।
  • অৱশ্যে বাবা চাংমাইয়ে কিয় আৰক্ষীৰ আশ্ৰয় লৈছে সেই বিষয়ে জানিব পৰা হোৱা নাই।
  • তেওঁৰ পৰিয়ালে কোনো ধৰণৰ ভাবুকিও লাভ কৰা নাই বুলি প্ৰকাশ পাইছে।
  • কিন্তু কিয় হঠাৎ তেওঁ আৰক্ষীৰ আশ্ৰয় ল'লে সেয়া এতিয়াও জানিব পৰা নাই।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in