New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/pic-eimuhurtor-khobor-copy-2.jpg)
- তিনিচুকীয়াত আলফা(স্বাঃ)ত যোগদানৰ বাবে যোৱা তিনি যুৱকক আটক।
- ব্রহ্মাজানৰ পৰা ৰূপাই বেটেলিয়ানে আটক কৰে যুৱক তিনিজনক।
- ব্রহ্মাজানৰ পৰা জয়ৰামপুৰলৈ গৈ থকা অৱস্থাত আটক তিনিওজনকে।
- আটকাধীন যুৱক কেইজন কিশোৰ মৰাণ, ৰাহুল মৰাণ, বিকাশ বৰা।
- ধৃত তিনিজনক বৰডুমচা আৰক্ষী থানাত সোধা-পোছা অব্যাহত