কাজিৰঙাত ৩ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ…

কাজিৰঙাত ৩ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
কাজিৰঙাত ৩ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, কাজিৰঙা: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ অবাধ বিচৰণ অব্যাহত থকাৰ মাজতে ডব্লিউ চি চি বি আৰু আৰক্ষীয়ে লাভ কৰে এক সফলতা। উদ্যানখনৰ বাগৰি ৰেঞ্জৰ পৰা গড় হত্যাৰ গোচৰত তিনিটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হয়। চোৰাং চিকাৰী কেইটাৰ পৰা এটা বন্দুকৰ লগতে চাৰি ৰাউণ্ড গুলীও জব্দ কৰা হয়।