Published on:
Updated on:
- ৰাজুত পুনৰ ৩জনৰ দেহত ধৰা পৰিল কোভিড-১৯ত আক্ৰান্ত লোক।
- কোভিড-১৯ত আক্ৰানত তিনিওজন গুৱাহাটীৰ সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰত আছিল।
- ৰাজ্যত বৰ্তমানলৈ ১৫৭জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
- টুইটাৰযোগে এই কথা সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- মন্ত্ৰীগৰাকীয়ে লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আৰু সঘনে হাত ধুবলৈ আহ্বান জনাই ৰাজ্যবাসীক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in