Published on:
Updated on:
- পুনৰ অগপত যোগদান কৰিব ডা০ জয়নাথ শৰ্মা, দুৰ্গা দাস বড়ো, অপূৰ্ব ভট্টাচাৰ্যই।
- কংগ্ৰেছৰ ভালদিনত অগপৰ পৰা কংগ্ৰেছত যোগ দিছিল নেতা কেইজনে।
- এতিয়া পুনৰ অগপলৈ অহাৰ যোজা চলাইছে তিনিওগৰাকী নেতাই।
- ১৪অক্টোবৰত অভয়াপুৰীত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত জয়নাথ শৰ্মাকে ধৰি কেইবাটাও দলৰ নেত্ৰীস্থানীয় ব্যক্তিয়ে যোগ দিব অগপত।
- এই কথা ৰাজহুৱা কৰিলে অগপৰ মুখপাত্ৰ মনোজ শইকীয়াই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in