New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/Thief-17122017074544-1000x0.jpg)
প্ৰতীকি ফটো
- গোলাঘাটত দিন দুপৰতে চোৰৰ তাণ্ডৱ।
- জোনাকী নগৰত ঘৰৰ পৰাই লুটি নিলে নগদ ধনৰ লগতে সোণৰ আ-অলংকাৰ।
- দুপৰীয়া বিমান আৰন্ধৰা নামৰ এজন ব্যক্তিৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে চোৰে।
- গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ প্ৰবক্তা বিমান আৰন্ধৰা।
- চোৰে লুটি লৈ যায় নগদ ৬ হাজাৰসহ সোণৰ অলংকাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us