Published on:
Updated on:
- বোকাজানৰ ইকৰানিত নৱজাত কন্যা উদ্ধাৰ ।
- ইকৰানিত হাবিত উদ্ধাৰ কন্যা শিশুটি।
- গৰু বান্ধিবলৈ অহা এগৰাকী মহিলাই প্ৰত্যক্ষ কৰে শিশুটি।
- হাবিৰ মাজত কান্দোন শুনি মহিলা গৰাকীয়ে উদ্ধাৰ কৰে শিশুটিক।
- পৰি থকা শিশুটিৰ সৰ্বশৰীৰ গুৰি পৰুৱাই আৱৰি আছিল।
- কোনো পাশান হৃদয়ৰ মাতৃয়ে এনেদৰে পেলাই থৈ যায় নিষ্পাপ শিশুটিক।
- স্থানীয় কেইবা গৰাকীৰ মহিলাই শিশুটিক উদ্ধাৰ কৰি দুগ্ধ পান কৰাই।
- ইতিমধ্যে ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে শিশুটিক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in