/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/752c8464-b0ee-4118-adc6-8fab456d4f6a/8.jpg)
শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৱে
পুৱা ৭.০৮ বজাত GMCH ত দেহাৱসান ঘটে অগপ নেতাগৰাকীৰ
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ
দীৰ্ঘদিনে হৃদৰোগত আক্ৰান্ত হৈ আছিল থানেশ্বৰ বড়ো
প্ৰয়াত অগপ নেতাগৰাকীৰ নশ্বৰ দেহ আমবাৰী কাৰ্যালয়লৈ নিয়া হ'ব
অসমৰ ৰাজহ মন্ত্ৰীৰ লগতে দুবাৰকৈ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বড়োৱে
মৃত্যুৰ সময়ত তেখেতে ইহ সংসাৰত এৰি যায় একমাত্ৰ কন্যাক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us