Published on:
Updated on:
- নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তেজপুৰত ৰাজপথলৈ ওলাই আহিল কবি, সাহিত্যিক, শিল্পী আৰু নাগৰিক সমাজ৷
- গান আৰু কবিতাৰে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ৷
- ইফালে, জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তেজপুৰৰ উকিল সমাজো।
- তেজপুৰ বাৰ এছ'চিয়েচনৰ সমূহ অধিবক্তাৰ উত্তাল প্ৰতিবাদ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in