তেজপুৰৰ ভোমোৰাগুৰি জিলা পৰিষদৰ গাঁও পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা

তেজপুৰৰ ভোমোৰাগুৰি জিলা পৰিষদৰ গাঁও পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা
  • তেজপুৰৰ ভোমোৰাগুৰি জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থীৰ অগ্ৰগতি।
  • মাজগাঁও গাঁও পঞ্চায়তৰ ১ আৰু ৫ নং ৱাৰ্ড মেম্বাৰ পদত বিজেপিৰ প্ৰাৰ্থীৰ জয়।
  • তেজপুৰৰ বেছেৰীয়া গাঁও পঞ্চায়তত ৪ বিজেপি, ১ কংগ্ৰেছ আৰু ১ নিৰ্দ্দলীয় দলৰ প্ৰাৰ্থীৰ ৱাৰ্ড মেম্বাৰৰ আসন জয়।
  • চতিয়াৰ পূব মুঢ়াদল গাঁও পঞ্চায়তত বিজেপিৰ ৩ ৱাৰ্ড মেম্বাৰৰ আসন জয়।
  • চতিয়াৰ লখৰা গাঁও পঞ্চায়তত সভাপতি পদত বিজেপিৰ প্ৰাৰ্থীৰ অগ্ৰগতি।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in