New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/panchayat-election.jpg)
- তেজপুৰৰ ভোমোৰাগুৰি জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থীৰ অগ্ৰগতি।
- মাজগাঁও গাঁও পঞ্চায়তৰ ১ আৰু ৫ নং ৱাৰ্ড মেম্বাৰ পদত বিজেপিৰ প্ৰাৰ্থীৰ জয়।
- তেজপুৰৰ বেছেৰীয়া গাঁও পঞ্চায়তত ৪ বিজেপি, ১ কংগ্ৰেছ আৰু ১ নিৰ্দ্দলীয় দলৰ প্ৰাৰ্থীৰ ৱাৰ্ড মেম্বাৰৰ আসন জয়।
- চতিয়াৰ পূব মুঢ়াদল গাঁও পঞ্চায়তত বিজেপিৰ ৩ ৱাৰ্ড মেম্বাৰৰ আসন জয়।
- চতিয়াৰ লখৰা গাঁও পঞ্চায়তত সভাপতি পদত বিজেপিৰ প্ৰাৰ্থীৰ অগ্ৰগতি।