কলাভূমি তেজপুৰত সুধাকণ্ঠৰ স্মৃতিচাৰণ অনুষ্ঠান...

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী

author-image
Asomiya Pratidin
New Update
কলাভূমি তেজপুৰত সুধাকণ্ঠৰ স্মৃতিচাৰণ অনুষ্ঠান...

tezpur bhupen hazarika

ডিজিটেল ডেস্ক : আজি ৫ নৱেম্বৰ। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী। কলাভূমি তেজপুৰত আ‌য়োজন কৰা হৈছে স্মৃতিচাৰণ অনুষ্ঠান। অনুষ্ঠানত বহু গুণমুগ্ধই শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অনুষ্ঠানত ডাঃ লক্ষী গোস্বামীয়ে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰকে আদি কৰি অনান্য বিশিষ্ট ব্যক্তি সকলৰ আগত বক্তব্য প্ৰদান কৰে।

assam tezpur bhupen hazarika