বিশিষ্ট শিল্পী জীৱন বৰাৰ দেহাৱসান, অগণন গুণমুগ্ধই জনালে শেষ শ্ৰদ্ধাঞ্জলি…

বিশিষ্ট শিল্পী জীৱন বৰাৰ দেহাৱসান, অগণন গুণমুগ্ধই জনালে শেষ শ্ৰদ্ধাঞ্জলি…
  • তেজপুৰৰ বিশিষ্ট শিল্পী জীৱন বৰাৰ দেহাৱসান।
  • বৰাৰ মৃত্যুৰ পাছতে শোকৰ ছাঁ পৰিছে তেজপুৰত।
  • শনিবাৰৰ নিশা তেজপুৰস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে।
  • জীৱন বৰা আছিল জ্যোতি ভাৰতীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী।
  • তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে তেজপুৰৰ বাসগৃহত উপস্থিত হয় অগণন গুণমুগ্ধ।
  • বহু শিল্পী, দল-সংগঠনে জীৱন বৰাৰ নশ্বৰ দেহত জ্ঞাপন কৰে শেষ শ্ৰদ্ধাঞ্জলি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in