টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ বাবে আহিল সুখবৰ।চলিত বৰ্ষৰ ভিতৰতে এই ১ লাখ প্ৰাৰ্থীক শিক্ষা বিভাগে দিব চাকৰি।শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৰিলে এই ঘোষণা।