/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/62208fff-5390-4cdb-b29d-9ff5b61e63d1/download.jpg)
-
ধুবুৰীৰ হাজাৰী গাঁৱত বিধ্বংসী অগ্নিকাণ্ড।
-
আব্দুছ ছালাম নামৰ লোকজনৰ ঘৰত অগ্নিকাণ্ড।
-
অগ্নিকাণ্ডত ভস্মীভূত দুখনকৈ দোকান।
-
প্রায় ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত।
-
অগ্নি নিৰ্বাপক বাহিনীৰ চাৰিখন গাড়ীয়ে নিৰ্বাপন কৰে জুই।
-
বৰ্তমানলৈ জানিব পৰা নাই অগ্নিকাণ্ডৰ সূত্রপাতৰ কাৰণ।