New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ebb988b5-fb0c-454f-8f2c-8d0b289da86e/download.jpg)
পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি কিশোৰীৰ
টীয়কৰ বলমা হুচেইন চাপৰিত অঘটন।
পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি এগৰাকী কিশোৰীৰ।
বুধবাৰে সংঘটিত হয় এই ঘটনা।
মৃত কিশোৰী গৰাকী দুলীয়া গাঁৱৰ প্রাৰ্থনা হাজৰিকা।
বান্ধৱীৰ সৈতে পথাৰত মাছ ধৰিবলৈ গৈ সংঘটিত এই ঘটনা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us