Published on:
Updated on:
- ছিটাত উঠোৱা হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ।
- পুত্ৰ গৌৰৱ গগৈয়ে মুখাগ্নি কৰে পিতৃ তৰুণ গগৈৰ।
- নৱগ্ৰহত বিয়লি ৩.২০ বজাত সম্পন্ন কৰা হয় অন্ত্যেষ্টিক্ৰিয়া।
- সকলো ৰীতি-নীতিৰ মাজেৰে সম্পন্ন কৰা হয় তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া।
- সকলো আৱেগিক হৈ পৰে এই সময়ত।
- মুখাগ্নি কৰাৰ পাছতে সকলোৱে হৰি বল, হৰি বল ধ্বনি দিয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in