Published on:
Updated on:
- অসমৰ প্ৰথমজন ক্ৰীড়া ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ মৃত্যু।
- মহানগৰীৰ হায়াত হাস্পতালত তেওঁৰ মৃত্যু হয়।
- শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল বৰ্মন।
- শনিবাৰে সন্ধিয়াৰ ভাগত তেওঁৰ মৃত্যু হয়।
- তেওঁৰ মৃত্যুত সাংবাদিক মহলত শোকৰ ছাঁ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in