/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b6653bb0-821b-4ce0-b42f-4139d8262c58/ap_for_web_copy.jpg)
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে মঙলবাৰে "Itf Tang Soo Do Sports Association of Assam"য়েও অসমৰ বিভিন্ন জিলাত টাং চু ডুৰ খেলুৱৈ, প্ৰশিক্ষক আৰু জিলাৰ বিষয়ববীয়াকসকলক লগত লৈ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে। লগতে বিভিন্ন টাং চু ডুৰ কৌশলও প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/e0fba22b-7016-4c39-9404-011816345e26/07ea574e_2200_45b8_9ed5_5de6ba9d8d99.jpg)
আনহাতে গুৱাহাটীতস্থিত ঈগল মাৰ্চিয়েল আৰ্ট আৰু যোগ প্ৰতিষ্ঠান কেন্দ্ৰতো ৭৭ সংখ্যক স্বাধীনতা দিৱস পালন কৰা দেখা যায়। উল্লেখ্য উক্ত অনুষ্ঠানতে অলপতে হৈ যোৱা সদৌ অসম টাং চু ডু প্ৰতিযোগিতাৰ চাৰ্টিফিকেট প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/170299bd-6497-4d1e-82de-46178c3be945/cccc7ca4_8910_47ba_85e2_cf530ff6c5d9.jpg)
চাৰ্টিফিকেটসমূহ প্ৰদান কৰে অলিম্পিয়া ক্ৰীড়া আলোচনীৰ স্বত্বাধিকাৰ চিৰঞ্জীৱ শৰ্মাই। য'ত সহযোগ কৰে টাং চু ডু অসমৰ মুখ্য প্ৰশিক্ষক মাষ্টাৰ দেৱজিৎ গগৈয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/d966b641-82c4-46f5-8cfa-b74c73995932/fac061a8_0439_4e61_87d4_4a4c2574cbb1.jpg)
Also Read: স্বাধীনতাৰ কথাৰে...