অসম উত্তৰ-পূব নাগালেণ্ডত দুই আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পন… নাগালেণ্ডত দুই আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পন… asomiyapratidin 30 Apr 2021 12:08 IST Follow UsNew Updateনাগালেণ্ডত দুই আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পন ।সেনা বাহিনীৰ ওচৰত আত্ম সমৰ্পন আলফা সদস্য দুজনৰ ।আলফা সদস্য দুজন হ'ল নয়ন জ্যোতি আৰু কদম গগৈ । কদম গগৈৰ ঘৰ গোলাঘাটত বুলি জানিব পৰা গৈছে । আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক