কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ গুৱাহাটীৰ আৰ্য্যভট্ট বিদ্যালয়ৰ শিক্ষক

কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ গুৱাহাটীৰ আৰ্য্যভট্ট বিদ্যালয়ৰ শিক্ষক

author-image
Asomiya Pratidin
New Update
 কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ গুৱাহাটীৰ আৰ্য্যভট্ট বিদ্যালয়ৰ শিক্ষক

  • মহানগৰীত পুনৰ কিশোৰী নিৰ্যাতনৰ ঘটনা।

  • কিশোৰী নিৰ্যাতনৰ অভিযোগত গ্রেপ্তাৰ এজন শিক্ষক।

  • আৰ্য্যভট্ট বিদ্যালয়ৰ শিক্ষক প্রদীপ ঘোষ ওৰফে ৰাহুলক গ্রেপ্তাৰ।

  • দীৰ্ঘদিন ধৰি এগৰাকী কিশোৰীক নিৰ্যাতন চলাই অহাৰ অভিযোগ।

  • ১৮ জুলাইত মাতৃক অৱগত কৰিছিল কিশোৰীগৰাকীয়ে।

  • পল্টন বজাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে লম্পট প্রদীপ ঘোষক।

  • ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

Assam police