Published on:
Updated on:
- ষ্টাৰ স্পৰ্টছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ সাক্ষাৎকাৰ।
- অলিম্পিকৰ শীৰ্ষ ৫ দেশৰ ভিতৰত থাকিব ভাৰত।
- এই সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে ক'লে- ক্ৰিকেট, ফুটবল, বেডমিন্টন তেওঁৰ প্ৰিয় বুলি।
- তেওঁক সোধা হৈছিল শেষৰ বাৰৰ তেওঁ ক্ৰিকেট কেতিয়া খেলিছিল।
- মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোতে শেষ বাৰৰ বাবে খেলিছিল ক্ৰিকেট।
- তেওঁৰ প্ৰিয় খেলুৱৈ কপিল দেৱ।
- কে এল ৰাহুল নতুন প্ৰজন্মৰ ভিতৰত প্ৰিয় খেলুৱৈ সৰ্বানন্দ সোণোৱালৰ।
- কপিল দেৱৰ সংঘৰ্ষময় জীৱন ভাল লাগে তেওঁৰ।
- মনত পেলালে কপিল দেৱে বিশ্বকাপ দাঙি লোৱা সময়ত তেওঁ আছিল কানৈ কলেজৰ ছাত্ৰ।
- অসমৰ ক্ৰীড়া জগতৰ সন্দৰ্ভতো কিছু কথা ক'লে তেওঁ।
- গুৱাহাটীৰ খেলো ইণ্ডিয়া য়ুথ গেমছ ২০২০ৰ পূৰ্বে এই সাক্ষাৎকাৰ লৈছিল ষ্টাৰ স্পৰ্টছ ইণ্ডিয়াই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in