New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/sarthebari-face-aimi-baruah-election-campaign-news-ganjajajajajaja-7-copy.jpg)
- ৰাজ্যত এছএছটি, ফ্লায়িং স্কোৱাড আৰু আৰক্ষীৰ অভিযান।
- অভিযানত ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা জব্দ লাখ লাখ টকা।
- গোলাঘাটৰ ধনশিৰি দলঙতো এছএছটি, ফ্লায়িং স্কোৱাডৰ অভিযান।
- অভিযানত জব্দ ১ লাখ ৪৪ হাজাৰ ৩০০ টকা।
- সৰ্থেবাৰীৰ গৰেট্টাৰীত এছএছটি, ফ্লায়িং স্কোৱাডৰ অভিযান।
- অভিযানত দুজন লোকৰ পৰা জব্দ ৩,১৭,০০০ টকা।
- ৰমজান আলী নামৰ লোকজনৰ পৰা জব্দ ৮৮,০০০ টকা।
- ৰুস্তম আলীৰ পৰা জব্দ কৰা হয়. ২,২৯,০০০ টকা।