অসম
শৃংখল চলিহাক শুকুৰবাৰে হাজিৰ কৰা হয় গুৱাহাটী আদালতত…
- শৃংখল চলিহাৰ জামিন মঞ্জুৰ।
- শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব বীৰ লাচিত সেনাৰ নেতাগৰাকী।
- বৃহস্পতিবাৰে শৃংখল চলিহাক জামিন দিয়াৰ পূৰ্বানুমান পাই পুনৰ ক্ৰাইম ব্ৰান্সে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপিছিল।
- তাৰপাছতেই শুকুৰবাৰে পুৰণা গোচৰত গ্ৰেপ্তাৰৰ পৰা বাৰণ কৰে চলিহাক।
- ন্যায়ালয়ে চলিহাক পূৰ্বৰ গোচৰত জামিন দিয়ে।
- আগন্তুক দুই-এদিনৰ ভিতৰতে বীৰ লাচিত সেনাৰ নেতাগৰাকীক মুকলি কৰি দিয়াৰ সম্ভাৱনা।