Published on:
Updated on:
- ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত জৰুৰী অবতৰণ স্পাইছজেট ৬৪৮১ বিমানখন।
- গুৱাহাটীৰ পৰা মুম্বাইলৈ উৰা মৰাৰ সময়তে ৰায়পুৰত জৰুৰী অবৰতণ কৰা হয় যাত্ৰীবাহী বিমানখন।
- বিমানখনৰ ভিতৰত থকা এজন যাত্ৰী আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবে এই অৱতৰণ।
- বিমানখন উৰা মৰাৰ কিছু সময় পিছতে হৃদযন্ত্ৰত অসহ্য বিষ অনুভৱ কৰে জীতেন্দ্ৰ সিন্ধে নামৰ যাত্ৰীজনে।
- তাৰ পিছতে ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমান বন্দৰত অৱতৰণ কৰি লোকজনক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in