অসম
দক্ষিণ শালামাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ অভিযান, জব্দ ২২টা চোৰাং গৰু…
- দক্ষিণ শালমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত নদী পথত বি এছ এফৰ অভিযান।
- এই অভিযানত জব্দ কৰা হয় ২২ টা চোৰাং গৰু।
- ভাৰত-বাংলাদেশ সীমান্তৰ চকীৰ বি এছ এফে জব্দ কৰিছে গৰু কেইটা।
- ইতিমধ্যে দক্ষিণ শালমাৰা থানাত গৰু কেইটা গতাই দিছে বি এছ এফে।
- বুধবাৰেও সীমান্তৰ পৰা বি এছ এফে একেটা স্থানত ১০ টা গৰু জব্দ কৰিছিল।
- বানৰ সুযোগ লৈ চোৰাং সৰ্বৰাহকাৰী তৎপৰ হৈছে।
- বৰ্তমানে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন এলেকায়েদি অহৰহ গৰু সৰবৰাহ হ'বলৈ ধৰিছে।
- আৰক্ষীয়ে গৰু জব্দ কৰিলে নিশাৰ ভিতৰত বিক্ৰী কৰি দিয়াৰহে অভিযোগ উত্থাপন হৈছে।