প্ৰতীকি ফটো
Published on :
Updated on :
- বুধবাৰে দক্ষিণ কামৰূপৰ বনগাঁও কেম্পত পথ দুৰ্ঘটনা৷
- বাইক আৰু টাটা ইণ্ডিকাৰ মুখামুখী সংঘৰ্ষ।
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দীপাংকৰ কলিতা নামৰ বাইক আৰোহীজন।
- সংকটজনক অৱস্থাত আহত দীপাংকৰ কলিতাক জিএমচিএইচ লৈ প্ৰেৰণ।
- আহত দীপাংকৰৰ ঘৰ গোৱালপাৰাৰ মাটিয়াত বুলি জানিব পৰা গৈছে৷
Asomiya Pratidin
www.asomiyapratidin.in