Published on:
Updated on:
- আজি গৃহসমষ্টি মাজুলীলৈ যাব মুখ্যমন্ত্ৰী সোণোৱাল।
- ২১ জানুৱাৰীত হ'বলগা মিছিং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনক লৈ মাজুলীত মাজুলীত উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকী।
- ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰযোগে পুৱা ১০.৩০ বজাত যাত্ৰা কৰিব মুখ্যমন্ত্ৰী সোণোৱালে।
- মাজুলীত তেওঁ উন্মোচন কৰিব জিলা উপায়ুক্তই মাজুলীক লৈ প্ৰস্তুত কৰা গীত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in