শোণিতপুৰৰ বালিপৰাত অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদ

শোণিতপুৰৰ বালিপৰাত অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
শোণিতপুৰৰ বালিপৰাত অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, শোণিতপুৰঃ শোণিতপুৰ জালাৰ বালিপৰাত অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ উত্তাল প্ৰতিবাদ।সঞ্চালকৰ প্ৰস্তাৱমতে মাননী বৃদ্ধি কাৰ্য্যকৰী কৰণৰ দাবীত বালিপৰা প্ৰকল্প কাৰ্যালয়ত প্ৰতিবাদ।

Advertisment

বালিপৰা প্ৰকল্প কাৰ্যালয়ৰ কোনো কৰ্মচাৰীকে কাৰ্যালয়টোত প্ৰবেশ কৰিব দিয়া নাই অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই । আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ।হিমন্তবিশ্ব শৰ্মা হায় হায়,অজন্তা নেওগ হায় হায় আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।