অসম সোণাৰিত সন্দেহজনক নাগৰিকক আটক সোণাৰিত সন্দেহজনক নাগৰিকক আটক asomiyapratidin 27 Oct 2018 14:19 IST Follow UsNew Updateচৰাইদেউৰ সোণাৰিত এজন সন্দেহজনক নাগৰিকক আটক।সোনাৰীৰ ২নং হাওঁফাওঁ গাঁৱত স্থানীয় ৰাইজে কৰায়ত্ত কৰে লোকজনক।চাহ বাগিচাৰ মাজত লোকজন লুকাই থকাৰ অভিযোগ।ৰাইজে কৰায়ত্ত কৰি লোকজনক গতাই দিয়ে আৰক্ষীক।বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই লোকজনৰ পৰিচয়।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক