Published on:
Updated on:
- সোণাৰিত বিজেপিৰ বিৰুদ্ধে দল-সংগঠন, ৰাইজৰ প্ৰতিবাদ।
- চৰাইদেউৰ ঐতিহাসিক নাহৰআলি নিৰ্মাণৰ দাবীত মিৰিপথাৰ, বাবৰীয়া, ভজোবাসীসহ কেইবাটাও দল-সংগঠনৰ পথ অৱৰোধ কাৰ্যসূচী।
- বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে পৰিৱেশ।
- চলিত বৰ্ষৰ ২৪ এপ্ৰিলত মন্ত্ৰী তপন গগৈয়ে পথটোৰ আধাৰশিলা স্থাপন কৰিছিল যদিও আজিলৈ কোনো কাম নকৰাত ক্ষোভ প্ৰকাশ কৰে ৰাইজে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in