পিতৃৰ প্ৰহাৰত প্ৰাণ গ'ল কন্যাৰ...

পিতৃৰ প্ৰহাৰত প্ৰাণ গ'ল কন্যাৰ...
  • সোণাৰিৰ টিমন চাহ বাগিচাত নৃশংস হত্যাকাণ্ড।

  • বৃহস্পতিবাৰে সংঘটিত হয় এই হত্যাকাণ্ড।

  • পিতৃৰ প্রহাৰত প্রাণ গ’ল কন্যাৰ।

  • বাঁহৰ লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ পিতৃৰ বিৰুদ্ধে।

  • হত্যাকাণ্ড সংঘটিত কৰি পলায়ন পাষাণ পিতৃ ভুৱন গৰাইট।

  • আৰক্ষীৰ তদন্ত অব্যাহত।

  • কি কাৰণে হত্যাকাণ্ড সংঘটিত হয় জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in