সোণাপুৰৰ বাৰঘৰীয়াত যুৱকৰ দাৰ ঘাপত প্ৰাণ গ’ল ৪ বছৰীয়া শিশুৰ…

সোণাপুৰৰ বাৰঘৰীয়াত যুৱকৰ দাৰ ঘাপত প্ৰাণ গ’ল ৪ বছৰীয়া শিশুৰ…
  • সোণাপুৰৰ বাৰঘৰীয়াত ভয়ংকৰ ঘটনা।
  • যুৱকৰ দাৰ ঘাপত নিহত এটি ৪ বছৰীয়া শিশু।
  • হত্যাকাৰী মানসিক বিকাৰগ্ৰস্ত অৰ্জুন ৰংহাং।
  • শিশুটিয়ে ডিগাৰু নৈৰ কাষত খেলি থকা অৱস্থাত এই ঘটনা।
  • আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী অৰ্জুন ৰংহাঙক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in