Published on:
Updated on:
- সোণোই ৰূপাই অভ্যয়াৰণ্যত গুলীয়াগুলীৰ ঘটনা।
- চোৰাং কাঠ ব্যৱসায়ীৰে বনৰক্ষীৰ গুলীয়াগুলী।
- দীৰ্ঘেশ্বৰী বন শিবিৰৰ কাষত সংঘটিত হৈছে এই ঘটনা।
- ১৫ জনীয়া এটা চোৰাং কাঠ ব্যৱসায়ীৰ দল প্ৰৱেশ কৰিছিল সোণাই ৰূপাইত।
- ইয়াৰ পিছতে তদলদাৰী বনৰক্ষীৰ মুখামুখি হয় দলটো।
- বনৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি প্ৰথমে চোৰাং কাঠ ব্যৱসায়ী দলটোৱে চলাইছিল গুলী।
- ইয়াৰ পিছেতে বনৰক্ষীৰ দলটোৱে প্ৰত্যুত্তৰ দিয়ে আৰু এটা চোৰাং কাঠ ব্যৱসায়ী গুলীবিদ্ধ হয়।
- গুলীবিদ্ধ চোৰাং কাঠ ব্যৱসায়ীটোৰ নাম হালনা দৈমাৰী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in