New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2020/07/crime.jpg)
বাক্সাৰ বাজেগাঁৱত নৃশংস হত্যাকাণ্ড।
পুত্রৰ হাতত প্রাণ গ’ল মাতৃৰ।
বুধবাৰে সংঘটিত হয় এই ঘটনা।
অভিযোগ অনুসৰি মানিক সৰকাৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে মাতৃক।
মানিকে প্রতিদিনে অত্যাচাৰ কৰি আহিছিল মাতৃক।
ঘটনাস্থলীত শালবাৰী আৰক্ষী উপস্থিত হৈ আটক কৰে মানিকক।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।