Published on:
Updated on:
- বৃহস্পতিবাৰে হ'ব শিৱসাগৰৰ বলাত্কাৰ আৰু হত্যাকাণ্ড গোচৰৰ শুনানি।
- দুই হত্যাকাৰী বিপিন পাণ্ডে আৰু বিকাশ দাসক হাজিৰ কৰোৱা হৈছে শিৱসাগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত।
- চলন্ত ৰে'লত এগৰাকী যুৱতীক বলাত্কাৰ কৰি হত্যা কৰিছিল এই হত্যাকাৰীদ্বয়ে।
- ১০ জুলাইত সংঘটিত হৈছিল এই নাৰকীয় ঘটনা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in