Published on:
Updated on:
- শিৱসাগৰৰ হাইপৰা আলিত অঘটন।
- বনভোজকাৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত।
- কাৰ্বি আংলঙৰ ডংকাৰ পৰা শিৱসাগৰলৈ বনভোজ খাবলৈ গৈছিল দলটো।
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইবাজনো লোক।
- আহতসকলক হাস্পতালত ভৰ্তি।
- দুৰ্ঘটনাৰ পিছতে পলায়ন চালকৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in