শিৱসাগৰত আছুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী

শিৱসাগৰত আছুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ।
  • নগৰখনৰ দৰিকা দলঙৰ সংযোগস্থল পুনৰ নিৰ্মাণৰ দাবী।
  • ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আছুৱে সাব্যস্ত কৰে এই প্ৰতিবাদ।
  • ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ শিৱসাগৰ আঞ্চলিক ছাত্র সন্থাৰ।
  • দীৰ্ঘদিন ধৰি দলংখনৰ মাজ অংশ বিপদজ্জনক অৱস্থাত আছে যদিও চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ।