Published on:
Updated on:
- দীপাৱলীৰ নিশা শিৱসাগৰত সংঘটিত ভয়ংকৰ ঘটনা ৷
- শিৱসাগৰৰ বেতবাৰী বালিবাট চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড ৷
- থিতাতে নিহত প্ৰাণদীপ গগৈ নামৰ এজন ২২ বছৰীয়া এজন যুৱক ৷
- গুৰুত্বৰ ভাৱে অগ্নি দগ্ধ হোৱা ধুৰ্বজ্যোতি গগৈ নামৰ এজনক স্থানীয় এখন চিকিৎসালয়লৈ নিয়া হৈছে৷
- বেতবাৰীৰ বালিবাট চাৰিআলিৰ মুক্তি গগৈৰ নামৰ দোকান খনত সংঘটিত হৈছে এই অগ্নি কাণ্ড ৷
- মুক্তি গগৈৰ দোকানত পেট্ৰল, ডিজেলৰ লগতে একেলগে অৱৈধ ভাৱে ফটকা বিক্ৰিৰ অভিযোগ
- ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী ৷
Code:
Asomiya Pratidin
www.asomiyapratidin.in