শিমলুগুৰিত পথ দুৰ্ঘটনা

ROAD ACCIDENT
ROAD ACCIDENT

ডিজিটেল সংবাদ , বেবেজীয়া: শুকুৰবাৰে পুৱা প্ৰায় ৯ মান বজাত শিমলুগুৰিত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি নগাঁও দিশৰ পৰা ধিং দিশে আহি এখন বাইকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনা সংঘটিত কৰা বাইক খনৰ নম্বৰ AS02AH9454. দুৰ্ঘটনাত আহত ব্যক্তিজনক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে হস্পিতাললৈ প্ৰেৰণ কৰা হয়। আহত ব্যক্তি জনৰ ঘৰ নগাঁৱৰ গৰৈমাৰীত বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in