শিমলুগুৰিত পথ দুৰ্ঘটনা

শিমলুগুৰিত পথ দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
কাকপথাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ধ্রুৱজ্যোতি ডেকাৰ

ROAD ACCIDENT

ডিজিটেল সংবাদ , বেবেজীয়া: শুকুৰবাৰে পুৱা প্ৰায় ৯ মান বজাত শিমলুগুৰিত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি নগাঁও দিশৰ পৰা ধিং দিশে আহি এখন বাইকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

Advertisment

দুৰ্ঘটনা সংঘটিত কৰা বাইক খনৰ নম্বৰ AS02AH9454. দুৰ্ঘটনাত আহত ব্যক্তিজনক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে হস্পিতাললৈ প্ৰেৰণ কৰা হয়। আহত ব্যক্তি জনৰ ঘৰ নগাঁৱৰ গৰৈমাৰীত বুলি জানিব পৰা গৈছে।