Published on:
Updated on:
- ড্ৰাগছৰ বিৰুদ্ধে শিলচৰ আৰক্ষীৰ অভিযান ৷
- ৰাংগিৰখাৰী আউট পোষ্টৰ আৰক্ষীয়ে জব্দ বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট ৷
- ত্ৰিপুৰা ল'জৰ সন্মুখৰ পৰা জব্দ ১ লাখ ৬০ হাজাৰ টকাৰ টেবলেট ৷
- শিলচৰৰ পৰা আগৰতলালৈ নিয়াৰ কথা আছিল টেবলেটখিনি ৷
- টেবলেটৰ সৈতে বিপ্লৱ দেৱ আৰু শ্বাহ জালাল মিঞাক আটক ৷
- ড্ৰাগছ ব্যৱসায়ী দুজনৰ ঘৰ আগৰতলাত ৷
- সম্প্ৰতি ধৃত ড্ৰাগছ ব্যৱসায়ী দ্বয়ক ৰাংগিৰখাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
Code:
Asomiya Pratidin
www.asomiyapratidin.in