Published on:
Updated on:
- চিলাপথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য।
- ৰে'ল ষ্টেচনৰ সমীপত নিশা উদ্ধাৰ মৃতদেহটো।
- মৃত যুৱকজনৰ নাম ত্ৰিশাংকু লাহন।
- দুৰ্বৃত্তই হত্যা কৰি নিশা যুৱকজনক পেলাই থৈ যোৱাৰ সন্দেহ একাংশ লোকৰ।
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in