হাইলাকান্দিত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্ট‍াচাৰ্যক ক’লা পতাকা প্ৰদৰ্শন

হাইলাকান্দিত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্ট‍াচাৰ্যক ক’লা পতাকা প্ৰদৰ্শন
  • শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্ট‍াচাৰ্যক ক'লা পতাকা প্ৰদৰ্শন।
  • হাইলাকান্দি ভ্ৰমণলৈ যোৱা সময়ত শিক্ষামন্ত্ৰীগৰাকীক ক'লা পতাকা প্ৰদৰ্শন।
  • হাইলাকান্দিত চৰকাৰী আঁচনিৰ আনুষ্ঠানিক আৰম্ভণী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে উপস্থিত হয় শিক্ষ‍া মন্ত্ৰীগৰাকী।
  • জিলা ছাত্ৰ সংস্থাকে ধৰি কেইবাটো সংগঠনৰ সদস্যই মন্ত্ৰীৰ কনভয়ৰ সন্মুখত প্ৰদৰ্শন কৰে ক'লা পতাকা।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত মন্ত্ৰীগৰাকীৰ কনভয়ৰ সন্মুখত প্ৰদৰ্শন ক'লা পতাকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in