Published on:
Updated on:
- নতুন দিল্লীত দলীয় নেতৃত্বৰ ওচৰত ক্ষমা খুজিলে হোজাইৰ বিধায়ক শিলাদিত্য দেবে ।
- ৰাজ্যিক বিজেপিৰ সাংগঠনিক শম্পাদক ফণী শৰ্মাৰ ওচৰত ক্ষমা খুজিলে বিধায়ক গৰাকীয়ে ।
- দলীয় নেতৃত্বৰ নিৰ্দেশত ক্ষমা খুজিলে বিধায়ক গৰাকীয়ে ।
- প্ৰায় এবছৰ আগতে আকাৰে ইংগিতে ফনী শৰ্মাক সংবাদ মেলত কটাক্ষ কৰিছিল বিধায়ক গৰাকীয়ে।
- বিজেপিৰ উত্তৰণৰ ক্ষেত্ৰত ফণী শৰ্মাৰ বহু খিনি অবদান আছে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে বিধায়ক গৰাকীয়ে ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in