অসম মুখ্য-পৃষ্ঠা বৰপেটাত এআইইউডিএফৰ সৈতে আলোচনাত বহিল শ্বেৰমান আলী… বৰপেটাত এআইইউডিএফৰ সৈতে আলোচনাত বহিল শ্বেৰমান আলী… asomiyapratidin 19 Dec 2021 19:38 IST Follow UsNew Updateবৰপেটা আৱৰ্ত ভৱনত এআইইউডিএফৰ সৈতে আলোচনাত বহিল শ্বেৰমান আলী।কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল শ্বেৰমান আলীয়ে।পূৰ্বতে এআইইউডিএফ ত্যাগ কৰি যোগ দিছিল কংগ্ৰেছত।এই আলোচনাৰ পাছতে শ্বেৰমান আলী পুনৰ এআইইউডিএফলৈ যোৱাৰ চৰ্চা চলিছে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক