অশোকাষ্টমী মেলা চাই ঘৰলৈ উভতাৰ পথত দুৰ্ঘটনাত নিহত যুৱক

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

  • শোনিতপুৰ জিলাৰ খনামূখৰ নেৱাৰ বস্তিৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা

Advertisment
  • দুৰ্ঘটনাত নিহত যুৱকজন জামুগুৰিহটৰ জীয়াভৰলীপাৰৰ

  • অশোকাষ্টমী মেলা‌ চাই ঘৰলৈ উভতি যাওতে ৰিক'ভাৰী ক্ৰেন গাড়ীৰ খুন্দাত নিহত হয়

  • বাইক আৰোহী গৰাকী ৰাজীৱ মিলি (৪৫) বুলি জানিব পৰা গৈছে

  • দুৰ্ভগীয়া আৰোহী গৰাকীৰ ঘৰ বালিগাও মিৰি বুলি জানিব পৰা গৈছে

Assam police