
বোকাজানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত ভয়ংকৰ দুৰ্ঘটনা।
থিতাতে নিহত দুজন, আহত দুজন।
নাগালেণ্ডৰ তুলিৰ পৰা বোকাজান হৈ ডিমাপুৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত বিলাসী Toyota Fortuner বাহন।
থিতাতে নিহত বাহনখনৰ চালক সুৰজ আলি আৰু ইটকা য়েপটো
আনহাতে আহত ব্যক্তি দুজনক বোকাজান সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয়
তীব্ৰবেগী NL-07-CA-1654 নম্বৰৰ বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা।