অসম মুখ্য-পৃষ্ঠা উৎকোচ লৈ হাতে-লোটে গ্রেপ্তাৰ কোষাগাৰ গাণনিক বিষয়া… উৎকোচ লৈ হাতে-লোটে গ্রেপ্তাৰ কোষাগাৰ গাণনিক বিষয়া… asomiyapratidin 15 Jun 2022 15:07 IST Follow UsNew Updateউৎকোচ লোৱাৰ অভিযোগত গ্রেপ্তাৰ শিলচৰৰ কোষাগাৰ গাণনিক বিষয়া।দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্রেপ্তাৰ মদন মোহন সিং।১০হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে গ্রেপ্তাৰ হ'ল বিষয়াজন।দুৰ্নীতি নিবাৰক শাখাই গ্রেপ্তাৰ কৰে বিষয়াজনক। assam Assam policeআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক